Jak Herua Pokhi – Penned by Latu Gogoi – “Xobdophool”

“জাক হেৰুৱা পখী” গীতটিৰ দ্বাৰা কব খোজা কথা বোৰ শ্ৰোতাই একোটাকৈ নিজা নিজা কাহিনীৰ ৰূপ দিব পাৰে !গীতটিৰ আহ্বান – হাহাকাৰময় পৰিস্থিতিটো নিজকে উজাৰি দিয়াৰ এক প্ৰত্যাহ্বান…____________________________________________কথা : জাক হেৰুৱা পখী আঘাতে নোৱাৰে ৰুধিব যুঁজাৰু মানসেৰে নেওচিমেই মোৰ অভিলাষৰ দৃঢ় পৰিধি; দূৰ অভিযানৰ পতাকাখনি ।                                                 মোৰ মহাৰণ পৰিভ্ৰমণ সুপ্ত ক্ৰন্দন, মোৰ তৰ্পন লক্ষ্যভেদী মন দিশ নিৰূপণ […]